অতীতৰ বিষয়ে কেনেদৰে কমকৈ দোষী অনুভৱ কৰিব

আপোনাৰ অতীতটোক আপোনাৰ জীৱনৰ নানা কথা সোমাই থাকে৷ কিছুমান ভাল কথা কিছুমান বেয়া৷ কেতিয়াবা অতীতত আমাৰ বাবে ৰোমন্থন কৰিবলগীয়া নানা…

June 24, 2020

মই নোৱাৰোঁ, মই পাৰিম

পাৰিব নে নোৱাৰে? যেতিয়াই আপুনি কাম এটা আৰম্ভ কৰিবলৈ ওলায় আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷ আপুনি হয়তো…

June 24, 2020

সফলতা, সার্থকতা আৰু সুখ

আমি প্ৰায়ে সফলতাত বেছিকৈ গুৰুত্ব দিও৷ কেনেদৰে সফল হ’ব পাৰি, কেনেকৈ কি কৰিলে সফল হ’ব পাৰি সেই কথাবোৰ আমি বিচাৰোঁ,…

June 23, 2020

স্কুললৈ নোযোৱাকৈ কেনেকৈ কিবা শিকিব পাৰিবা

কিবা এটা শিকিব বিচাৰিলে আমি সাধাৰণতে কি কৰোঁ? তেনেকুৱা কর্চ এটা বিচাৰোঁ আৰু সেই কর্চটো শিকোৱা স্কুল, কলেজ, ইউনিভার্চিটি, বা…

June 23, 2020

নিজকে আৰু মূল্যবান কৰি তোলো আহক

আমাৰ জীৱনত নানান সমস্যা৷ তাৰ ভিতৰত এটা প্ৰধান সমস্যা হ’ল কামৰ সমস্যা৷ ইমান কষ্ট কৰিও ইমান কম ধন ঘটিব পাৰোঁ,…

June 22, 2020

মৃত্যুৰ চিন্তা

অলপতে মই এটা এক্সপেৰিমেন্ট বা পৰীক্ষা আৰম্ভ কৰিছিলোঁ৷ এই পৰীক্ষাটোত ৰাতিপুৱা শুই উঠি মই যে আজি জীয়াই আছো সেই কথাটো…

June 22, 2020

ব্যক্তিগত দ্বায়িত্ব

আপুনি যদি আজিয়েই নিজৰ জীৱনটো সলনি কৰি খুব সুন্দৰ কৰি তুলিব খোজে তেন্তে আপুনি মাত্ৰ এটা কৰিলেই হ’ব? কি? দ্বায়িত্ব…

June 22, 2020