Life Skills Training Institute ৰ অনলাইন কর্ছ
আপুনি আমাৰ বিভিন্ন অনলাইন কর্ছ ঘৰৰ পৰাই কৰিব পাৰিব৷
আপোনাৰ বিভিন্ন সমস্যা আৰু অশান্তিৰ পৰা ৰক্ষা পাবলৈ এই কর্ছবোৰে সহায় কৰিব৷
অনলাইন কর্ছৰ সুবিধা
১. এই অনলাইন কর্ছবোৰ আপুনি ঘৰৰ পৰাই কৰিব পাৰিব
২. গোটেই জীৱন এইবোৰ ব্যৱহাৰ কৰিব পাৰিব
৩. নিজৰ ইচ্ছামতে আৰু সুবিধামতে কর্ছবোৰ কৰি যাব পাৰিব
৪. আপুনি লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটলৈ নিজে আহিব নালাগে
The Online Courses
অনলাইন কর্ছবোৰ ইয়াত পাব- ONLINE COURSES
কর্ছ ১
The Confidence Course (Assamese)– অসমীয়া ভাষাত
Lack of confidence can create many problems in life and make you unsuccessful. Build and increase your confidence and win in life.

কর্ছ ২
PRESENTING YOURSELF (Assamese)
Getting ready to get a job

কর্ছ ৩
Depression Free Now (ASSAMESE)
Get rid of Depression and start a fresh life

কর্ছ ৪
A New You (ASSAMESE)
Create a better version of you to achieve what you want
