বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

প্ৰতিদিনে কেনেদৰে মটিভেটেড হৈ থাকিব পাৰি

আপুনি যদি প্ৰতিদিনে মটিভেটেড হৈ থাকিব খোজে, অনুপ্ৰাণিত হৈ থাকিব খোজে ই এটা ডাঙৰ প্ৰত্যাহ্বান৷ মটিভেচনে আমাক কাম এটা আৰম্ভ…

February 16, 2021

সিদ্ধান্ত লোৱা আৰু টাইম মেনেজমেন্ট দুয়োটাতে কামত আহে এই পদ্ধতিটো

সিদ্ধান্ত লোৱা আৰু টাইম মেনেজমেন্ট দুয়োটাতে কামত আহে এই পদ্ধতিটো যদি আপোনাৰ বহু কাম কৰিবলগীয়া আছে আৰু আপুনি বুজি পোৱা…

February 11, 2021

পেচন আৰু স্কিল কিদৰে বিচাৰি পাব পাৰি

নানা বস্তু তুমি চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব৷ চাকি চালেহে যিদৰে বুজা যায় যে কিবা এটা বস্তু আমি ভাল…

February 3, 2021

যেতিয়া কোনেও আপোনাক সহায় নকৰে, চাপর্ট নকৰে, আপুনি কি কৰিব?

যেতিয়া কোনেও মোক সহায় নকৰে, চাপর্ট নকৰে তেতিয়া মোৰ হাতত দুটা উপায় আছে- কামটো সম্পূর্ণৰূপে বাদ দি সেই মানুহবিলাকে যি…

February 3, 2021

সুখী হ’ব বিচাৰে? এই অভ্যাসটো কৰক

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা…

February 3, 2021

মই নোৱাৰোঁ, মই পাৰিম

পাৰিব নে নোৱাৰে? যেতিয়াই আপুনি কাম এটা আৰম্ভ কৰিবলৈ ওলায় আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷ আপুনি হয়তো…

February 3, 2021

৩০ দিনীয়া প্ৰত্যাহ্বান -সূর্য নমস্কাৰ

30 days Surya Namaskar সূর্য নমস্কাৰ যোগ বা য়োগাৰ এটা বেচিক প্ৰেকটিচ৷ ই আপোনাৰ গোটেই শৰীৰটোকে উদ্দীপনা যোগায়৷ আপোনাৰ যদি…

February 3, 2021

ভিজন বর্ড

সদায় আপোনাক আপোনাৰ জীৱনৰ লক্ষ্যবোৰৰ কথা মনত পেলাই দি থাকে৷ ইয়াক Dream Board বুলিও কোৱা হয় ৷ এই বর্ডখন তৈয়াৰ…

February 2, 2021

Ask Bikash 20

How do I quickly make exercise my daily habit? আপুনি যদি নিয়মীয়াকৈ এক্সাচাইজ বা ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছে বা সোনকালে…

February 2, 2021