বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

ভিক্টৰ ফ্ৰেঙ্কলৰ পাঁচটা উদ্ধৃতি যিয়ে আপোনাক ভাবিবলৈ বাধ্য কৰিব

আপোনাৰ দৃষ্টিভংগী সলনি কৰক ভিক্টৰ ফ্ৰেঙ্কলৰ তেওঁৰ মহান কাম ‘এ মেনছ চার্চ ফৰ মিনিঙ’ ৰ বাবে জনাজাত৷ তেওঁ এসময়ত অচৱিটজ…

May 18, 2020

ভয়ক অতিক্ৰম কৰাৰ বিষয়ে চেনেকাৰ মত

দুর্ভাগ্যৰ পৰা নিজকে ৰক্ষা কৰাৰ খাটাং ষ্ট্ৰেটেজী চেনেকা আছিল এক মহান ৰোমান দার্শনিক আৰু নিৰৱধি জ্ঞানৰ ভৰাল৷ চেনেকাই কেনেদৰে ভয়ক…

May 18, 2020

“মোৰ কোনো কাম নাই” চিন্তা মনলৈ আহিলে কি কৰিব?

“মোৰ কোনো কাম নাই” – এই চিন্তাটো কোনোবা নহয় কোনোবা সময়ত বহু মানুহৰ মনলৈ আহে৷ এনে হ’ব পাৰে আপুনি যেতিয়া…

May 18, 2020

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ…

May 18, 2020

শাস্ত্ৰীয় সংগীতৰ সহায়ত কেনেদৰে মন দি শুনিবলৈ শিকিব পাৰি

সংগীতৰ বৰ শক্তি আছে৷ ই আপোনাক নানা সুবিধা প্ৰদান কৰিব পাৰে৷ ই আপোনাক সান্ত্বনা দিয়ে, সুখী কৰে, আপোনাৰ দুখত সংগ…

May 18, 2020

৩টা অভ্যাস যিয়ে আপোনাক সফলতাৰ পৰা আতৰাই ৰাখিছে

আপুনি সফল হ’ব বিচাৰে, আপুনি বিচৰা কামবোৰ কৰিব বিচাৰে৷ আপোনাৰ মনত কিছুমান অতুলনীয় ধাৰণা আছে, আপুনি কি কৰিব লাগে সেই…

May 18, 2020

৮০/২০ নীতিৰ জৰিয়তে বেছি কাম কৰক

আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ…

May 18, 2020