বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

৩০ দিনৰ প্ৰত্যাহ্বান- মেডিটেচন

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান হল ৩০ দিন মেডিটেচন৷ মাত্ৰ ১৫ মিনিটকৈ৷ কিন্তু মেডিটেচন কিয়? কাৰণ মেডিটেচনে আপোনাক নানা ধৰণৰ লাভ…

February 2, 2021

খঙ নোহোৱা কৰাৰ দুটা সহজ উপায়

বিভিন্ন সময়ত আৰু বিভিন্ন কাৰণত আমাৰ খঙ উঠিব পাৰে৷ কিছুমান সময়ত অলপ খঙ বেয়া নহয়, কিন্তু বৰ বেছি খঙ উঠা…

October 30, 2020

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ…

October 30, 2020

আপোনাৰ পৰৱৰ্তী অধ্যায়টো

আপোনাৰ পৰৱৰ্তী অধ্যায়টো কেনেকুৱা হোৱাটো বিচাৰে? বহুতৰে জীৱনত নতুন অধ্যায় বুলি কোনো কথা নাথাকে৷ তেওঁলোকৰ জীৱনটো মাত্ৰ ‘চলি গৈ থাকে,’…

October 30, 2020

চচিয়েল এংজাইটি নোহোৱা কৰক এই উপায়টোৰে

চচিয়েল এংজাইটি বা সামাজিক উদ্বেগ থকা লোকসকলে বিভিন্ন ধৰণৰ সামাজিক পৰিৱেশত নার্ভাচনেছ, টেনচন বা অস্বস্তি অনুভৱ কৰে৷ কিছুমানৰ বাবে চচিয়েল…

October 30, 2020

মনৰ বিশৃঙ্খলা কেনেদৰে নোহোৱা কৰিব?

আমাৰ চাৰিওফালটো যেতিয়া বিশৃঙ্খল হৈ থাকে তেতিয়া আমি সেয়া ঠিক থাক কৰিব পাৰোঁ, চাফা কৰিব পাৰোঁ, পৰিপাটি কৰিব পাৰোঁ৷ কিন্তু…

October 30, 2020

Ask Bikash 18

মই মোৰ বেয়া অভ্যাসবোৰ কেনেদৰে এৰিব পাৰিম? বেয়া অভ্যাসবোৰ সলনি কৰাৰ প্ৰথম ষ্টেপটো হ’ল আপোনাৰ কোনটো বেয়া অভ্যাস আছে সেয়া…

October 30, 2020