বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

সৰু ল’ৰাটো

এখন স্কুলত এটা সৰু ল’ৰাই পঢ়িছিল৷ সি ফুটবল খেলি খুব ভাল পাইছিল আৰু সদায় খেলৰ প্ৰেকটিচ কৰিছিল৷ ইমান প্ৰেকটিচ কৰাৰ…

May 19, 2020

মনৰ শান্তি লাভ কৰাৰ ৭ টা উপায়

মনৰ শান্তি লাভ কৰাৰ উপায় কিবা আছেনে? তুমি মোক এই কথাটো ভালদৰে বুজাত সহায় কৰাচোন৷ মনৰ শান্তি লাভ কৰিবলৈ আৰু…

May 19, 2020

তোমাৰ নতুন জীৱনটো

(যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ এক নতুন জীৱন আৰম্ভ কৰিবলৈ সাঁজু হৈছে, তেওঁলোকৰ আৰু তেওঁলোকৰ…

May 19, 2020

তুমি কৰিব বিচাৰিলে সঁচাকৈয়ে পাৰিবা

শিৱ কুমাৰ নাগেন্দ্ৰ নামটো হয়তো আপোনাৰ চিনাকি নহয়, কিন্তু তেওঁ কি কৰিলে সেয়া জানিলে তেওঁৰ প্ৰতি আপোনাৰ মনতো শ্ৰদ্ধা উপজিব৷…

May 19, 2020

আপোনাৰ সন্তানৰ নতুন জীৱনটো

মাক-দেউতাক (অভিভাৱক) সকলৰ বাবে সকলো কাম কৰি নিদিব ল’ৰা-ছোৱালীৰ প্ৰতি আপোনাৰ মৰম থাকিবই, কিন্তু আন সকলো কথাৰ দৰেই অতিমাত্ৰ মৰম…

May 19, 2020

বিফলতাক সফলতালৈ পৰিৱর্তনৰ কাহিনী

বিফলতা বুলি কোনো কথা নাই, বিফলতা মানে আপুনি বিচৰা ফলাফলতকৈ আন ফলাফল৷ আৰু তেনে ফলাফল লাভ কৰাৰ পিছতে আপুনি আপোনাৰ…

May 19, 2020