(মটিভেচনেল ভিডিও) মনত থকা কাম কৰক- গ্ৰেগ প্লিট

You

গ্ৰেগ প্লিট (Greg Plitt) আছিল প্ৰাক্তন আর্মী ৰেঞ্জাৰ, এজন ফিটনেছ মডেল আৰু অভিনেতা৷ নিজৰ ক্ষেত্ৰত তেওঁ এজন কিংবদন্তি আছিল৷

কঠিন সময়ৰ মাজত থকা মানুহৰ বাবে তেওঁ কিছু গুৰুত্বপূর্ণ উপদেশ দিছে৷ তেওঁৰ কথাবোৰে আপোনাক বেছি ভালকৈ যুঁজিবলৈ আৰু বিজয়ী হ’বলৈ সাহস দিব৷ আপুনি সেইজন মানুহৰ পৰা শিকিব পাৰিব যিয়ে নিজে যি কৈছে সেয়া কৰিছিল আৰু এনেদৰে মানুহে আপোনাক মনত ৰাখিবলগীয়া কিছু কাম কৰি যাব পাৰিব৷    

গ্ৰেগৰ কিছুমান সুন্দৰ উক্তি

“Stop going about the day as a servant , become the master, run your day and stop letting it run you.” – Greg Plitt

“Second by second you lose the opportunity to become the person you want to be , when are you going to stop making excuses and take charge of your frickin life?” – Greg Plitt

“Sacrifice today for tomorrows betterment, you are willing to pay those payments with pain, because pain is just a message when you are fixing something that’s insufficient in your life.” – Greg Plitt

 

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *