আমি কেনেকৈ সুখী হ’ব পাৰোঁ

কেইটামান কাম কৰিলে আপুনি আজি সুখী হ’ব পাৰিব৷ ইয়াত মাত্ৰ কেইটামান কামৰ কথাহে কৈছো কাৰণ আপুনি মাত্ৰ কেইটামান কামহে এদিনত…

July 5, 2020

নতুন বছৰটো সফল হ’বলৈ এই কামটো কৰক

অহা বছৰটো যদি সফল, ভাললগা, কামত অহা কৰিব বিচাৰে এই কামটো আজি কৰক বছৰটো প্ৰায় শেষ হও হও৷ এই সময়ত…

July 5, 2020

Ask Bikash 12

মোৰ জীৱনটো মই কেনেদৰে সহজ-সৰল কৰি তুলিব পাৰো জীৱনটো সহজ সৰল কৰি তুলিবলৈ হ’লে আপুনি আপোনাৰ জীৱনটোৰ বিভিন্ন দিশ যেনে…

July 4, 2020

আমি কামবোৰ কি কাৰণে কৰো?

জীৱনটো যদি আপুনি সঠিক পথলৈ আনিব বিচাৰিছে আৰু আগতকৈ ভাল কৰিব বিচাৰিছে তেতিয়াহ’লে আপুনি  “কিয়’’ বা “কাৰণটো” বিচাৰিব লাগিব৷   আমি…

July 4, 2020

৩টা অভ্যাস যিয়ে আপোনাক সফলতাৰ পৰা আতৰাই ৰাখিছে

আপুনি সফল হ’ব বিচাৰে, আপুনি বিচৰা কামবোৰ কৰিব বিচাৰে৷ আপোনাৰ মনত কিছুমান অতুলনীয় ধাৰণা আছে, আপুনি কি কৰিব লাগে সেই…

June 27, 2020

আত্মবিশ্বাস বঢ়াবলৈ মাত্ৰ এই কামটো কৰক

আপুনি যেতিয়া আত্মবিশ্বাস বঢ়াব বিচাৰে আৰু বঢ়াবলৈ চেষ্টা কৰিব বিচাৰে ই এক বৰ টান কাম যেন অনুভৱ হয়৷ ই যেন আপোনাৰ সাধ্যৰ…

June 27, 2020

কিছুমান অভ্যাস যিয়ে আপোনাৰ সুখ নোহোৱা কৰে

আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু? আনৰ লগত…

June 27, 2020

ল’ৰা-ছোৱালীৰ কনফিডেন্স কেনেদৰে বঢ়াব

সিহঁতৰ আত্মসন্মান বৃদ্ধি কৰি৷ আত্মসন্মান কেনেদৰে বৃদ্ধি কৰিব? মাক-দেউতাক হিচাপে আপুনি কিছুমান কাম কৰিব লাগিব৷ মাজে মাজে অলপ কঠোৰ হ’ব…

June 27, 2020

ৰেইপ

ৰেইপৰ বিষয়ে মোৰ দুটামান কথা ক’বলগীয়া আছে৷ এইখিনি কথা নক’লেই নহয়৷ ইন্সষ্টেন্ট গ্ৰেটিফিকেচন অর্থাৎ সকলো লগে লগে লাগে৷ গতিকে কাৰোবাক…

June 26, 2020