girl-1208307_1920

আমি কেনেকৈ সুখী হ’ব পাৰোঁ

কেইটামান কাম কৰিলে আপুনি আজি সুখী হ’ব পাৰিব৷ ইয়াত মাত্ৰ কেইটামান কামৰ কথাহে কৈছো কাৰণ আপুনি মাত্ৰ কেইটামান কামহে এদিনত কৰিব পাৰে সকলোবোৰ নোৱাৰে৷ সুখৰ পিছে পিছে দৌৰি নুফুৰিব, নিজৰ কাম কৰি গৈ থাকিলে সুখ এটা সময়ত আহি নিজে নিজে আপোনাৰ কান্ধত বহিবহি৷ এতিয়া আহো কি কাম কৰিব তালৈ৷ কৃতজ্ঞতাৰ জার্ণেল এখন জার্নেল লিখা আৰম্ভ […]

im-right-1458410_1280

অভিযোগৰ ফান্দ

প্ৰথমতে এটা পৰীক্ষা৷ পৰীক্ষা মাত্ৰ এমাহৰ বাবে এই পৰীক্ষাটো কৰি চাওক৷ এমাহ কোনো অভিযোগ নকৰাকৈ চলক৷ কোনো ধৰণৰ এটাও অভিযোগ নকৰাকৈ৷ প্ৰতিদিনে হিচাপ ৰাখিব যাতে এদিনো কোনো কথাতে, ব্যক্তিগত বা ৰাজহুৱা, ঘৰত বা অফিচত, কোনো কথাতে অভিযোগ নকৰে৷  মাত্ৰ এমাহ কৰি চাওকচোন৷ জীৱনটো আৰু অলপ আকর্ষণীয়, উত্তেজনাৰে ভৰা হৈ পৰিব৷ আপুনি যদি অভিযোগ কৰে তাৰ […]

steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

jaime-lopes-0RDBOAdnbWM-unsplash

মই নোৱাৰোঁ, মই পাৰিম

  পাৰিব নে নোৱাৰে? এটা কাম আৰম্ভ কৰিবলৈ ওলালে আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷ আপুনি হয়তো সফল হ’ব বিচাৰে, হয়তো জীৱনত বহুত ডাঙৰ কিবা কৰিবৰ আপোনাৰ মন আছে, হয়তো এক সুন্দৰ জীৱন নিজৰ বাবে সৃষ্টি কৰিবলৈ আপুনি আগ্ৰহী বা আপুনি জীৱনত আনক নানাভাৱে সহায় কৰিব বিচাৰে৷ আপুনি যি কৰাৰ কথা ভাবে, […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

domino

ডমিন’ এফেক্ট

ডমিন’ এফেক্ট – যদি এটা ঘটনাই আন কেবাটাও সম্পর্ক থকা ঘটনাৰ সৃষ্টি কৰে, তাক ডমিন’ এফেক্ট বুলি কোৱা হয়৷ ই এক চেইন ৰিয়েকচনৰ নিচিনা যত এটা ঘটনাই একেধৰণৰ আন কিছুমান ঘটনাৰ এক চেইনৰ সৃষ্টি কৰে৷ ধৰি লওক লাইন কৰি থিয় কৰি থৈ দিয়া ডমিন’ কেইবা লাইনো আপোনাৰ সন্মুখত আছে৷ তাৰে একেবাৰে সন্মুখৰ ডমিন’ টো যদি […]

self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]

Safalatar Sadhana 3 Self Awareness - Copy

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান Safalatar Sadhana Chapter 3- Self Awareness নোট সফলতাৰ সাধনা ই-বুক মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ www.bikashkalita.com ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/  

Safalatar Sadhana 2 Dream - Copy

সফলতাৰ সাধনা- দ্বিতীয় অধ্যায়- সপোন

সফলতাৰ সাধনা- দ্বিতীয় অধ্যায়- সপোন শুনক সফলতাৰ সাধনা- দ্বিতীয় খণ্ড- সপোন নোট মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ www.bikashkalita.com ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/

Safalatar Sadhana 1

সফলতাৰ সাধনা- ইচ্ছা- প্ৰথম খণ্ড

“সফলতাৰ সাধনা” নামৰ এই চিৰিজটোত আপুনি শুনিবলৈ পাব বিকাশ কলিতাৰ কিতাপ “সফলতাৰ সাধনা”৷ এয়া ছিৰিজটোৰ প্ৰথমটো খণ্ড৷ নোট মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ (www.bikashkalita.com)   ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/