(বহু অভিভাৱকৰ লগত পতা কথাই মোক এইটো লিখনি লিখিবলৈ বাধ্য কৰিছে) আমি কেৰিয়াৰ কেনেদৰে বাচোঁ আমি সদায় নিজে কেৰিয়াৰ বাচি লওতে বা ল’ৰা-ছোৱালীৰ বাবে কেৰিয়াৰ বাচি দিওতে সদায় এনে এটা কেৰিয়াৰ বাচি লও যিটোত চাকৰি পাবলৈ সহজ বা যত টকা-পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে৷ যেনে ডাক্তৰ বা ইঞ্জিনিয়াৰ৷ অতীতৰে পৰা সেয়া কৰি আহিছোঁ আৰু আজিও […]
Tag: Life Planning (Assamese)
নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি
এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]
বেছি ভালদৰে কাম কৰাৰ আৰু অর্থপূর্ণ কিবা এটা সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো
আপুনি যেতিয়া কাম এটা বেছি ভালদৰে কৰিব বিচাৰে আৰু কিবা এটা অর্থপূর্ণ সম্পন্ন কৰিব বিচাৰে তেতিয়া আপুনি কি কৰে? কিবা পদ্ধতি, কিবা এনে টেকনিক আছে নেকি যিয়ে আপোনাক বেছি ভালদৰে কাম কৰাত আৰু অর্থপূর্ণ কাম কৰাত সহায় কৰিব পাৰে? এনে এটা প্ৰক্ৰিয়া থাকিব পাৰেনে যিয়ে আপোনাক সকলো কাম খুব ভালদৰে কৰাত সহায় কৰিব আৰু তাৰ […]
নায়কৰ যাত্ৰা
নায়কৰ যাত্ৰা৷ ই সকলোতে বিদ্যমান৷ ধর্মপ্ৰচাৰক বা গুৰুসকলৰ জীৱনতো এয়া দেখা যায়৷ বুদ্ধ, হজৰত মহম্মদ বা যীশু খ্ৰীষ্ট বা মজেজ সকলোৰে জীৱনত এয়া দেখা যায়৷ পৌৰাণিক কাহিনীত এয়া দেখা যায়৷ হাৰকিউলিচ হওক বা ৰাম হওক বা পাণ্ডৱ হওক সকলোৰে জীৱনত এনে হোৱা দেখা যায়৷ আনকি বুৰঞ্জীয়ে ঢুকি পোৱা সময়তো ৰজা-মহাৰজাৰ জীৱনতো এই যাত্ৰা আপুনি দেখিবলৈ […]
প্ৰেম জনমে জনমে?
কাৰোবাক ভাল লাগিলেই সকলোৱে ভাৱে যে তেওঁ প্ৰেমত পৰিল, কিন্তু তেনে সকলোবোৰ সম্পর্ক বা ভাললগাই প্ৰেম নহয়৷ তেনেহ’লে প্ৰেম কিনো? এটা সময়ত ই নোহোৱা হৈ যায় নে কি? প্ৰেমৰ পৰৱৰ্তী পর্যায় কি? কোনোবাই প্ৰেম এইটো জনমতে বিচাৰি নাপায় আৰু আন কোনোবাই আকৌ একেজন প্ৰেমাস্পদকে জনমে জনমে বিচাৰে৷ সেয়া সম্ভৱনে? ই নোহোৱা হৈ যায় নেকি? প্ৰেম […]
আপোনাৰ ৰূমটো পৰিষ্কাৰ কৰা মানে সময় নষ্ট নে কি?
আপুনি যিটো ঘৰত বাস কৰে, যিটো ৰূমত দিনটোৰ বেছিভাগ সময় কটায় সেই ৰূমটো পৰিপাটি হ’লে কি লাভ হ’বনো? ই আমাৰ মূল্যৱান সময়বোৰ নষ্টহে কৰে নেকি? ই সঁচাকৈয়ে জীৱন সলনি কৰিব পৰা ধৰণৰ হয়নে? ই সঁচাকৈয়ে জীৱনটো মেজিকৰ নিচিনা সলনি কৰিব পাৰেনে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ’লে আমি নিজে কামটো কৰি চাব লাগিব আৰু তেতিয়াহে আমি […]
অপদার্থ আৰু মূল্যহীন
কেতিয়াবা, জীৱনৰ কোনো সময়ত হঠাত এটা মনোভাৱ লুকাই-চুৰকৈ আপোনাৰ মনৰ গহনত প্ৰৱেশ কৰিব পাৰে৷ আৰু এবাৰ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ ধ্বংসলীলাৰ কোনো সীমা নাথাকে, যদিহে আপুনি ইয়াক বাধা নিদিয়ে আৰু মনৰ পৰা আতৰ কৰি নপঠিয়ায়৷ নিজৰ কামত আপুনি ভাল নহ’লে কেতিয়াবা এই অনুভৱটো আহিব পাৰে, সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিব নোৱাৰিলে এই ভাৱটো আহিব পাৰে, নিজে […]
Safalatar Sadhana Episode 5 Life Planning (Assamese)
Safalatar Sadhana Episode 5 – Life Planning (Assamese) সফলতাৰ সাধনা খণ্ড ৫- লাইফ প্লেনিং অসমীয়া পডকাষ্ট