road-1668916_1280

নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব কেনেকৈ

তলৰ উপায়কেইটাই আপোনাক ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব (১) পৰীক্ষা কৰি চাওক আপোনাৰ বর্তমান ইচ্ছাশক্তি কিমান সেয়া পৰীক্ষা কৰি চাওক৷ যেতিয়া কিবা এটা কৰিবলৈ আপোনাৰ মন নাযায়, তেতিয়া কামটো কৰি থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কৰি ভালপোৱা কিবা এটা কাম নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কামটো কৰিবলৈ বা নকৰিবলৈ সক্ষম হৈছেনে? আপুনি যেতিয়া নিজৰ […]

minions-363019_1280

কিছুমান অভ্যাস যিয়ে আপোনাৰ সুখ নোহোৱা কৰে

আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু? আনৰ লগত তুলনা কৰা আপুনি যদি অনবৰতে নিজকে আনৰ লগত তুলনা কৰি থাকে আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ কাৰণ যদি আপুনি আনৰ লগত নিজকে তুলনা কৰি থাকে তেন্ত সদায় আপুনি নিজৰ কিবা নহয় কিবা এটা […]

day

আপোনাৰ দিনটো

সকলোকে ধন্যবাদ জনাওক৷ সকলো মানুহকে আৰু বস্তুকে৷ আজিৰ দিনটো আপোনাৰ বাবে এক উপহাৰ৷ চিন্তা কৰক আজিৰ দিনটো কেনেদৰে ব্যৱহাৰ কৰিব৷ এই মুহূর্তটো, যি মুহূর্তত আপুনি এইখিনি কথা পঢ়ি আছে, এইটো এটা সুন্দৰ মুহূর্ত৷ এই মুহূর্তটোত সুখী হ’বলৈ চেষ্টা কৰক৷ এটা সময়ত মাত্ৰ এটা কামেই কৰক৷ মাত্ৰ এটা কাম কৰক আৰু কামটো পাৰিলে কৰি শেষ কৰক৷ […]

Motivation 1

জীৱন

জীৱনৰ বিষয়ে কেইটিমান সুন্দৰ শাৰী-    

The Bikash Kalita show profile 2

নিগেটিভ চিন্তাৰ পৰা কেনেদৰে মুক্তি পাব পাৰে

শুনক নিগেটিভ চিন্তাৰ পৰা কেনেদৰে মুক্তি পাব পাৰে৷ নিগেটিভ চিন্তাবোৰক নিয়ন্ত্ৰণ কৰিব পাৰি নে? এই পডকাষ্টটো বা এই ভিডিঅ’ টো চাওক More about how you can imporve your life in Life Skills Training Institute  

dream

সপোনবোৰ

কালি মোৰ ওচৰলৈ ল’ৰা এজন আহিছিল৷ আগতে তেওঁ নিউজ চেনেল আৰু বাতৰি কাকতত কাম কৰিছিল কিন্তু এতিয়া চাকৰি বাদ দি তেওঁ ঘৰতে বহি আছে৷ তেওঁ ডিপ্ৰেচনত ভূগিছে৷ কলৈকো ওলাই যাবলৈ মন নাযায়, কাৰো লগত কথা বতৰ পাতিবলৈ মন নাযায়, একো কৰিবলৈ মন নাযায় ইত্যাদি৷ দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ […]