girl-1271162_1280

বিপৰ্যয়ৰ পৰা কেনেকৈ আপুনি আকৌ জীৱনটো সুন্দৰ কৰিব

অকল আপোনাৰে ক্ষেত্ৰত নহয়, সকলো মানুহৰে ক্ষেত্ৰত এনে হয়। জীৱনৰ বিভিন্ন সময়ত আপোনাৰ জীৱনৰ বিভিন্ন বিপৰ্যয়ে দেখা দিব পাৰে। অসুখ, মৃত্যু, সম্পৰ্কৰ অৱনতি, চাকৰি হেৰুওৱা আদি নানা ধৰণৰ বিপৰ্যয়ৰ আপুনি সন্মুখীন হ’ব লাগিব পাৰে। কিন্তু এনে হোৱাটোৱে নুবুজায় যে আপুনি হাৰি গ’ল। যিকোনো বিপৰ্যয়কে সলনি কৰি আপোনাৰ জীৱনটো পুনৰ সুন্দৰ কৰাৰ শক্তি আপোনাৰ হাততে আছে। […]