“Whether one believes in religion or not, whether one believes in this religion or that religion, the very purpose of our life is happiness, the very motion of our life is towards happiness.” H.H. the Dalai Lama, from The Art of Happiness সকলো মানুহৰে জীৱনৰ প্ৰকৃত উদ্দেশ্য হ’ল সুখ। এই উদ্দেশ্য লাভ কৰিবলৈ বিভিন্নজনে বিভিন্ন […]
Tag: সুখী কৰিব
আপুনি কৰা কামটো লৈ আপুনি সুখীনে?
আপুনি যিটো কাম কৰি আছে, সেই কামটো লৈ আপুনি সুখীনে? এইটো এটা সাধাৰণ প্ৰশ্ন কিন্তু ইয়াৰ উত্তৰটো সাধাৰণ নহয়, বৰ টান। আপুনি এতিয়া কি কৰে? আপুনি কি কৰি আছে? আপুনি নিজে ভাল নোপোৱা এটা ৯-৫ চাকৰি কৰি আছে নেকি? আপুনি কিবা এটা অদৰকাৰী বা অযথা কাম কৰি আাছে নেকি? আন কোনোবাই বেয়া কৰা কাম এটা […]
আপোনাৰ আনন্দক বৃদ্ধি কৰাৰ ৯ টা উপায়
আনন্দৰ পৰিমাণ বৃদ্ধি কৰাটো সম্ভৱনে? আপুনি নিজে পাৰেনে নিজৰ আনন্দ বৃদ্ধি কৰিব? নিশ্চয়, আপুনি পাৰে। চাইক’লজিষ্টসকলে অতীজৰে পৰা কেনেকৈ মানুহক সুখী হোৱাৰ মাত্ৰা বঢ়াব পাৰি তাৰ ওপৰত গৱেষণা কৰি আহিছে। এনে গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি কিছুমান কাম কৰি আপোনাৰ আনন্দ বৃদ্ধি কৰিব পাৰি। কিবোৰ কাম কৰিলে এনেদৰে আনন্দ বৃদ্ধি কৰিব পাৰি চাওঁকচোন আহক- ৯ […]
আজিৰ দিনটো কাৰোবাক সুখী কৰক
আপুনি যেতিয়া আন কাৰোবাক সুখী কৰে, তেতিয়া আপুনিও সুখী হয়। যিমানে আন মানুহক আপুনি সুখী কৰিব, সিমানে আপুনি নিজেও সুখী হ’ব। সেইবাবে যেতিয়া আপুনি নিজে সুখী হ’বলৈ মন কৰে, তেতিয়া আন কোনোবা এজনক আপুনি সুখী কৰি নোতোলে নো কিয়? অন্য কাৰোবাক সুখী কৰিবলৈ আপোনাক বহুত সময়ৰ প্ৰয়োজন নহয়। সৰু সৰু কামৰ দ্বাৰা, কম চেষ্টাতে আন […]
৩০ টা কাম যিয়ে আপোনাক যিকোনো ঠাইতে সুখী কৰিব
আমি ইচ্ছা কৰিলে আমি যিকোনো ঠাইতে আৰু সময়তে সুখী হ’ব পাৰোঁ। আপোনাক তাৰ বাবে লাগে মাত্ৰ সুখী হোৱাৰ ইচ্ছা। ই ইমান সহজনে? হয়, ই তেনেই সহজ। তলত উল্লেখ কৰা কাম কেইটা আপুনি কৰি চাব পাৰে, এইবোৰে আপোনাক কেনেদৰে সুখী কৰিব পাৰে, তাক চাবলৈ। তলৰ কামকেইটাই আপোনাক যিকোনো ঠাইতে আৰু যিকোনো সময়তে সুখী কৰি তুলিব পাৰে- […]