motivate

জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকক এই তিনিটা উপায়েৰে

আপোনাৰ যদি এনে অনুভৱ হৈছে যে আপুনি মাত্ৰ জীৱনটো পাৰ কৰি গৈ আছে কিন্তু জীৱনটো জীয়াই থকা নাই, তেন্তে এয়াই সেই বিষয়ে কিবা কৰাৰ সময়৷ আপুনি যদি জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকিব বিচাৰে আপুনি তাৰ বাবে কিছুমান কাম কৰিব লাগিব৷ সম্পূর্ণৰূপে জীৱনটো জীয়াই থাকিবলৈ কি কৰিব লাগে সেয়া চাও আহকচোন৷ অদৰকাৰী কার্য আৰু বস্তুক “নহ’ব” বা […]