dream

সপোনবোৰ

কালি মোৰ ওচৰলৈ ল’ৰা এজন আহিছিল৷ আগতে তেওঁ নিউজ চেনেল আৰু বাতৰি কাকতত কাম কৰিছিল কিন্তু এতিয়া চাকৰি বাদ দি তেওঁ ঘৰতে বহি আছে৷ তেওঁ ডিপ্ৰেচনত ভূগিছে৷ কলৈকো ওলাই যাবলৈ মন নাযায়, কাৰো লগত কথা বতৰ পাতিবলৈ মন নাযায়, একো কৰিবলৈ মন নাযায় ইত্যাদি৷ দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ […]

fitness-1038434_1280

কেনেকৈ নিয়মিত ব্যায়ামে উদ্বিগ্নতা কমাব পাৰে?

আজিকালি চাৰিওফালে সকলো ক্ষেত্ৰতে সকলোৱে ষ্ট্ৰেছ অনুভৱ কৰে। সাধাৰণ জীৱন-যাত্ৰাত আপুনি প্ৰায়ে ষ্ট্ৰেছ বা মনৰ চাপৰ সন্মুখীন হয় আৰু তেনে ষ্ট্ৰেছৰ পৰা মুক্ত হোৱাৰ চেষ্টাও কৰে। আপুনি ষ্ট্ৰেছক নিজৰ জীৱনৰ পৰা বাহিৰ কৰি দি শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে মাত্ৰ এটা উপায় অৱলম্বন কৰি – নিয়মিত ব্যায়াম কৰি। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে, তেনেহ’ল আপুনি […]