movie

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ ভিতৰত চলি থাকে৷ আপোনাৰ মনটোৱে এখন চিনেমা প্ৰদর্শন কৰে আৰু আপুনি সেইখন চায়৷ আপুনি যেতিয়া অতীতৰ কিবা কথা ভাবে, ই আগতে ঘটি যোৱা কথাবোৰ দেখুৱায়৷ আপুনি যদি ভবিষ্যতৰ কথা চিন্তা কৰে, ই ভবিষ্যতে হ’ব পৰা […]

girl-1280690_1280

বেছিকৈ চিন্তা কৰা ভালনে?

চিন্তা কৰিব পৰা শক্তিটো মানুহৰ বাবে এটা আশীর্বাদ৷ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰোতে আমি চিন্তা কৰাৰ দৰকাৰ হয়৷ কিন্তু কেতিয়াবা এই চিন্তা কৰা কামটোও সমস্যাৰ কাৰণ হ’ব পাৰে৷ আপুনি যদি বেছিকৈ চিন্তা কৰিবলৈ লয় তেনেহ’লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব৷ বেছিকৈ চিন্তা কৰিলে আপুনি বহু বস্তু হেৰুৱাবও পাৰে৷ আমাৰ বহুতৰে লগাতকৈ বেছিকৈ চিন্তা […]