dream

সপোনবোৰ

কালি মোৰ ওচৰলৈ ল’ৰা এজন আহিছিল৷ আগতে তেওঁ নিউজ চেনেল আৰু বাতৰি কাকতত কাম কৰিছিল কিন্তু এতিয়া চাকৰি বাদ দি তেওঁ ঘৰতে বহি আছে৷ তেওঁ ডিপ্ৰেচনত ভূগিছে৷ কলৈকো ওলাই যাবলৈ মন নাযায়, কাৰো লগত কথা বতৰ পাতিবলৈ মন নাযায়, একো কৰিবলৈ মন নাযায় ইত্যাদি৷ দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ […]