movie

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ ভিতৰত চলি থাকে৷ আপোনাৰ মনটোৱে এখন চিনেমা প্ৰদর্শন কৰে আৰু আপুনি সেইখন চায়৷ আপুনি যেতিয়া অতীতৰ কিবা কথা ভাবে, ই আগতে ঘটি যোৱা কথাবোৰ দেখুৱায়৷ আপুনি যদি ভবিষ্যতৰ কথা চিন্তা কৰে, ই ভবিষ্যতে হ’ব পৰা […]

Motivation 1

জীৱন

জীৱনৰ বিষয়ে কেইটিমান সুন্দৰ শাৰী-    

dream

সপোনবোৰ

কালি মোৰ ওচৰলৈ ল’ৰা এজন আহিছিল৷ আগতে তেওঁ নিউজ চেনেল আৰু বাতৰি কাকতত কাম কৰিছিল কিন্তু এতিয়া চাকৰি বাদ দি তেওঁ ঘৰতে বহি আছে৷ তেওঁ ডিপ্ৰেচনত ভূগিছে৷ কলৈকো ওলাই যাবলৈ মন নাযায়, কাৰো লগত কথা বতৰ পাতিবলৈ মন নাযায়, একো কৰিবলৈ মন নাযায় ইত্যাদি৷ দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ […]

man-1394395_1280

বিপৰ্যয়ক আপোনাক বাধা দিবলৈ নিদিব

জীৱনত বিভিন্ন ধৰণৰ বিপৰ্যয় সংঘটিত হ’ব পাৰে। আপুনি কোনোবা এটা প্ৰজেক্টত কাম কৰি আাছিল  কিন্তু তাৰ ফলাফল আপুনি বিচৰা ধৰণে নহ’ল।আপুনি বহুদিনৰ পৰা চিগাৰেট এৰাৰ চেষ্টা কৰি আছিল আৰু বহুদিন নোখোৱাকৈও আছিল, কিন্তু হঠাতে এদিন ষ্ট্ৰেছ ইমান বেছি হ’ল যে আপুনি চিগাৰেট এটা খাই তাক দূৰ কৰাৰ চেষ্টা কৰিলে। আপোনাৰ চাকৰিৰ ইন্টাৰভিউটো খুব ভাল হৈছিল, […]

positive-455580_1280

ধনাত্মক কথাৰ পুনঃৰোক্তি

ধনাত্মক কথাৰ পুনঃৰোক্তি মানে হ’ল নিজে বাৰে বাৰে আপুনি নিজৰ জীৱনত বিচৰা ধনাত্মক কথাবোৰ নিজকে কৈ থকাতো। বাৰে বাৰে কৈ থকাৰ ফলত এনে ধনাত্মক কথাবোৰ আাপোনাৰ মনত ৰৈ যায়। আপোনাৰ অৱচেতন মনত এই কথাবোৰে ক্ৰিয়া কৰি আপোনাৰ মনটো শক্তিশালী কৰি তোলে। আপোনাৰ অন্তঃমনৰ চিন্তাবোৰ সলনি কৰি এইবোৰক ধনাত্মক চিন্তাৰে পৰিপূৰ্ণ কৰি তোলে। “According to the […]

leaf-1100149_1280

জীৱনটোক সহজ সৰল কৰি তোলক

জীৱনটোক সহজ কৰিবলৈ জীৱনৰ বিভিন্ন পৰিসৰ যেনে সামাজিক, শাৰীৰিক, মানসিক, বিত্তীয়, জীৱিকা আদি আপুনি সৰল কৰিব লাগিব। এখন সৰল ৰুটিন বনাওক এই ৰুটিনখন বিভিন্ন সৰল, সহজ কথাবোৰ থাকিব পাৰে। যেনে- ৰাতিপুৱা ৫ বজাত উঠা, ৰাতিপুৱা উঠি একাপ গ্ৰীণ টি খোৱা, ৰাতিপুৱা দৌৰা, জগিং বা শাৰীৰিক ব্যায়াম কৰা, কিতাপ এখনৰ অলপ পঢ়া, আপুনি মনে বিচৰা প্ৰজেক্টটোত […]

film-reel-147631_1280

চিনেমাৰ পৰা শিকিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কিছুমান

চিনেমা আমাৰ জীৱনৰ প্ৰতিফলন মাথো। আমি মাত্ৰ এই কথাবোৰ ভালদৰে শুনি তাৰ সঠিক অৰ্থ বুজি পাবলৈ চেষ্টা কৰিব লাগে। চিনেমাৰ পৰা আমি বহুতো দৰকাৰী কথা শিকিব পাৰোঁ। তলৰ কিছুমান কথাই জীৱনৰ বিষয়ে আপোনাক কিছু কথা শিকাব – Harry Potter It is our choices, Harry, that show what we truly are, far more than our abilities. […]

fitness-1038434_1280

কেনেকৈ নিয়মিত ব্যায়ামে উদ্বিগ্নতা কমাব পাৰে?

আজিকালি চাৰিওফালে সকলো ক্ষেত্ৰতে সকলোৱে ষ্ট্ৰেছ অনুভৱ কৰে। সাধাৰণ জীৱন-যাত্ৰাত আপুনি প্ৰায়ে ষ্ট্ৰেছ বা মনৰ চাপৰ সন্মুখীন হয় আৰু তেনে ষ্ট্ৰেছৰ পৰা মুক্ত হোৱাৰ চেষ্টাও কৰে। আপুনি ষ্ট্ৰেছক নিজৰ জীৱনৰ পৰা বাহিৰ কৰি দি শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে মাত্ৰ এটা উপায় অৱলম্বন কৰি – নিয়মিত ব্যায়াম কৰি। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে, তেনেহ’ল আপুনি […]

santa-claus-2918_1280

এটা সহজ দিন লাভ কৰাৰ সাতটা নিয়ম

আমাৰ দিনবোৰ প্ৰায়ে বৰ বিৰক্তিকৰ বা ব্যস্ত হয়। ষ্ট্ৰেছ, টেনচন, ব্যস্ততা, চিন্তা আদি মিলি আমাৰ দিনটো থানবান কৰি পেলায়। এটা দিনৰ ভিতৰতে আমি বহু কাম কৰিবলগীয়া হয়। যদি আপুনি আপোনাৰ দিনটো সহজ আৰু সৰল কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটোও বহু সহজ হৈ পৰিব। ৭ টা নিয়মেৰে আপুনি আপোনাৰ দিনটো সহজ কৰি তুলিব পাৰে- নিয়ম ১ […]

rainbow-509500_1280

আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

আমি প্ৰায়ে ভাল জীৱন এটাৰ সপোন দেখো কিন্তু তেনে জীৱন এটা লাভ কৰাটো ইমান সহজ নহয়। আমি তেনে এটা জীৱন লাভ কৰিবলৈ পৰিকল্পনা কৰোঁ কিন্তু তেনে পৰিকল্পনা মতে কাম কৰিব থাকিব নোৱাৰা বাবে তেনে এটা সপোনৰ জীৱন সপোন হৈয়ে থাকে। নতুন বছৰৰ আৰম্ভণিতে আমি কিছুমান কাম কৰিম বুলি থিৰাং কৰোঁ, কিন্তু প্ৰায়ে তেনে কাম হৈ […]