steps

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ […]

board-978179_1920

জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত […]

I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

javardh

খোলা

“তুমি যদি সঁচা মানুহজনীক চাব খোজা তেনেহ’লে তাইক এনেকুৱা এটা পৰিবেশ-পৰিস্থিতিত এৰি দিয়া য’ত তাই সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে যে তাই নিশ্চিন্ত- তাইৰ যিহকে ইচ্ছা তাকে কৰিবলৈ স্বাধীনতা আছে আৰু সেয়া ভাল কামেই হওক বা বেয়া কামেই হওক পৰিবেশটোৱে কোনো ক্ষতি নকৰে, বৰং সহায়হে কৰিব৷ তেতিয়া তাই খুব সন্তঃর্পণে খোলাৰ পৰা আচল মানুহজনীক বাহিৰলৈ উলিয়াই […]

self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]

minions-363019_1280

কিছুমান অভ্যাস যিয়ে আপোনাৰ সুখ নোহোৱা কৰে

আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু? আনৰ লগত তুলনা কৰা আপুনি যদি অনবৰতে নিজকে আনৰ লগত তুলনা কৰি থাকে আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ কাৰণ যদি আপুনি আনৰ লগত নিজকে তুলনা কৰি থাকে তেন্ত সদায় আপুনি নিজৰ কিবা নহয় কিবা এটা […]

day

আপোনাৰ দিনটো

সকলোকে ধন্যবাদ জনাওক৷ সকলো মানুহকে আৰু বস্তুকে৷ আজিৰ দিনটো আপোনাৰ বাবে এক উপহাৰ৷ চিন্তা কৰক আজিৰ দিনটো কেনেদৰে ব্যৱহাৰ কৰিব৷ এই মুহূর্তটো, যি মুহূর্তত আপুনি এইখিনি কথা পঢ়ি আছে, এইটো এটা সুন্দৰ মুহূর্ত৷ এই মুহূর্তটোত সুখী হ’বলৈ চেষ্টা কৰক৷ এটা সময়ত মাত্ৰ এটা কামেই কৰক৷ মাত্ৰ এটা কাম কৰক আৰু কামটো পাৰিলে কৰি শেষ কৰক৷ […]

Safalatar Sadhana 3 Self Awareness - Copy

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান Safalatar Sadhana Chapter 3- Self Awareness নোট সফলতাৰ সাধনা ই-বুক মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ www.bikashkalita.com ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/  

Safalatar Sadhana 2 Dream - Copy

সফলতাৰ সাধনা- দ্বিতীয় অধ্যায়- সপোন

সফলতাৰ সাধনা- দ্বিতীয় অধ্যায়- সপোন শুনক সফলতাৰ সাধনা- দ্বিতীয় খণ্ড- সপোন নোট মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ www.bikashkalita.com ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/