im-right-1458410_1280

অভিযোগৰ ফান্দ

প্ৰথমতে এটা পৰীক্ষা৷ পৰীক্ষা মাত্ৰ এমাহৰ বাবে এই পৰীক্ষাটো কৰি চাওক৷ এমাহ কোনো অভিযোগ নকৰাকৈ চলক৷ কোনো ধৰণৰ এটাও অভিযোগ নকৰাকৈ৷ প্ৰতিদিনে হিচাপ ৰাখিব যাতে এদিনো কোনো কথাতে, ব্যক্তিগত বা ৰাজহুৱা, ঘৰত বা অফিচত, কোনো কথাতে অভিযোগ নকৰে৷  মাত্ৰ এমাহ কৰি চাওকচোন৷ জীৱনটো আৰু অলপ আকর্ষণীয়, উত্তেজনাৰে ভৰা হৈ পৰিব৷ আপুনি যদি অভিযোগ কৰে তাৰ […]

tiago-bandeira-mMV4NU3UBY8-unsplash

অপদার্থ আৰু মূল্যহীন

কেতিয়াবা, জীৱনৰ কোনো সময়ত হঠাত এটা মনোভাৱ লুকাই-চুৰকৈ আপোনাৰ মনৰ গহনত প্ৰৱেশ কৰিব পাৰে৷ আৰু এবাৰ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ ধ্বংসলীলাৰ কোনো সীমা নাথাকে, যদিহে আপুনি ইয়াক বাধা নিদিয়ে আৰু মনৰ পৰা আতৰ কৰি নপঠিয়ায়৷ নিজৰ কামত আপুনি ভাল নহ’লে কেতিয়াবা এই অনুভৱটো আহিব পাৰে, সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিব নোৱাৰিলে এই ভাৱটো আহিব পাৰে, নিজে […]