self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]

girl-1271162_1280

বিপৰ্যয়ৰ পৰা কেনেকৈ আপুনি আকৌ জীৱনটো সুন্দৰ কৰিব

অকল আপোনাৰে ক্ষেত্ৰত নহয়, সকলো মানুহৰে ক্ষেত্ৰত এনে হয়। জীৱনৰ বিভিন্ন সময়ত আপোনাৰ জীৱনৰ বিভিন্ন বিপৰ্যয়ে দেখা দিব পাৰে। অসুখ, মৃত্যু, সম্পৰ্কৰ অৱনতি, চাকৰি হেৰুওৱা আদি নানা ধৰণৰ বিপৰ্যয়ৰ আপুনি সন্মুখীন হ’ব লাগিব পাৰে। কিন্তু এনে হোৱাটোৱে নুবুজায় যে আপুনি হাৰি গ’ল। যিকোনো বিপৰ্যয়কে সলনি কৰি আপোনাৰ জীৱনটো পুনৰ সুন্দৰ কৰাৰ শক্তি আপোনাৰ হাততে আছে। […]

rainbow-509500_1280

আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

আমি প্ৰায়ে ভাল জীৱন এটাৰ সপোন দেখো কিন্তু তেনে জীৱন এটা লাভ কৰাটো ইমান সহজ নহয়। আমি তেনে এটা জীৱন লাভ কৰিবলৈ পৰিকল্পনা কৰোঁ কিন্তু তেনে পৰিকল্পনা মতে কাম কৰিব থাকিব নোৱাৰা বাবে তেনে এটা সপোনৰ জীৱন সপোন হৈয়ে থাকে। নতুন বছৰৰ আৰম্ভণিতে আমি কিছুমান কাম কৰিম বুলি থিৰাং কৰোঁ, কিন্তু প্ৰায়ে তেনে কাম হৈ […]