sea

ভিক্টৰ ফ্ৰেঙ্কলৰ পাঁচটা উদ্ধৃতি যিয়ে আপোনাক ভাবিবলৈ বাধ্য কৰিব

আপোনাৰ দৃষ্টিভংগী সলনি কৰক এই কথাবোৰৰ সহায়ত ভিক্টৰ ফ্ৰেঙ্কলৰ তেওঁৰ মহান কাম ‘এ মেনছ চার্চ ফৰ মিনিঙ’ ৰ বাবে জনাজাত৷ তেওঁ এসময়ত অচৱিটজ কনেচনট্ৰেচন কেম্পৰ বন্দী আছিল আৰু তাৰ পৰা ৰক্ষা পৰাত তেওঁক সহায় কৰিছিল অন্য ধৰণে চিন্তা কৰিব পৰা তেওঁৰ শক্তিয়ে৷ তেওঁৰ সূক্ষ্মদৃষ্টিয়ে আপোনাকো নিজৰ জীৱনৰ অর্থ বিচাৰি পোৱাত সহায় কৰিব আৰু আপোনাৰ দৃষ্টিভংগী […]

skull-34133_1280

বিপদজনক কিবা এটা কৰাৰ লাভ

ওলাই গৈ কিবা এটা বিপদজনক কাম কৰিলে ই কেৱল আপোনাৰ সুপ্ত প্ৰতিভাকে জাগৃত নকৰে, ই আপোনাক নতুন কৌশল শিকাতো সহায় কৰে, যিবোৰে জীৱনত আৰু উন্নতি কৰাত আপোনাক সহায় কৰিব পাৰে। টিমৱৰ্ক যদি আপুনি এটা টিম বা দলত কোনো বিপদজনক কাম কৰিবলৈ ওলাইছে, তেন্তে ই আপোনাক টিমৱৰ্ক বা দলবদ্ধভাৱে কাম কৰিবলৈ শিকায়, কাৰণ দলবদ্ধভাৱে কাম নকৰিলে […]