self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]

girl-1271162_1280

বিপৰ্যয়ৰ পৰা কেনেকৈ আপুনি আকৌ জীৱনটো সুন্দৰ কৰিব

অকল আপোনাৰে ক্ষেত্ৰত নহয়, সকলো মানুহৰে ক্ষেত্ৰত এনে হয়। জীৱনৰ বিভিন্ন সময়ত আপোনাৰ জীৱনৰ বিভিন্ন বিপৰ্যয়ে দেখা দিব পাৰে। অসুখ, মৃত্যু, সম্পৰ্কৰ অৱনতি, চাকৰি হেৰুওৱা আদি নানা ধৰণৰ বিপৰ্যয়ৰ আপুনি সন্মুখীন হ’ব লাগিব পাৰে। কিন্তু এনে হোৱাটোৱে নুবুজায় যে আপুনি হাৰি গ’ল। যিকোনো বিপৰ্যয়কে সলনি কৰি আপোনাৰ জীৱনটো পুনৰ সুন্দৰ কৰাৰ শক্তি আপোনাৰ হাততে আছে। […]

film-reel-147631_1280

চিনেমাৰ পৰা শিকিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কিছুমান

চিনেমা আমাৰ জীৱনৰ প্ৰতিফলন মাথো। আমি মাত্ৰ এই কথাবোৰ ভালদৰে শুনি তাৰ সঠিক অৰ্থ বুজি পাবলৈ চেষ্টা কৰিব লাগে। চিনেমাৰ পৰা আমি বহুতো দৰকাৰী কথা শিকিব পাৰোঁ। তলৰ কিছুমান কথাই জীৱনৰ বিষয়ে আপোনাক কিছু কথা শিকাব – Harry Potter It is our choices, Harry, that show what we truly are, far more than our abilities. […]

santa-claus-2918_1280

এটা সহজ দিন লাভ কৰাৰ সাতটা নিয়ম

আমাৰ দিনবোৰ প্ৰায়ে বৰ বিৰক্তিকৰ বা ব্যস্ত হয়। ষ্ট্ৰেছ, টেনচন, ব্যস্ততা, চিন্তা আদি মিলি আমাৰ দিনটো থানবান কৰি পেলায়। এটা দিনৰ ভিতৰতে আমি বহু কাম কৰিবলগীয়া হয়। যদি আপুনি আপোনাৰ দিনটো সহজ আৰু সৰল কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটোও বহু সহজ হৈ পৰিব। ৭ টা নিয়মেৰে আপুনি আপোনাৰ দিনটো সহজ কৰি তুলিব পাৰে- নিয়ম ১ […]

destination-1285851_1280

আমাৰ জীৱনৰ উদ্দেশ্যবোৰ

“Whether one believes in religion or not, whether one believes in this religion or that religion, the very purpose of our life is happiness, the very motion of our life is towards happiness.” H.H. the Dalai Lama, from The Art of Happiness সকলো মানুহৰে জীৱনৰ প্ৰকৃত উদ্দেশ্য হ’ল সুখ। এই উদ্দেশ্য লাভ কৰিবলৈ বিভিন্নজনে বিভিন্ন […]

rainbow-509500_1280

আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

আমি প্ৰায়ে ভাল জীৱন এটাৰ সপোন দেখো কিন্তু তেনে জীৱন এটা লাভ কৰাটো ইমান সহজ নহয়। আমি তেনে এটা জীৱন লাভ কৰিবলৈ পৰিকল্পনা কৰোঁ কিন্তু তেনে পৰিকল্পনা মতে কাম কৰিব থাকিব নোৱাৰা বাবে তেনে এটা সপোনৰ জীৱন সপোন হৈয়ে থাকে। নতুন বছৰৰ আৰম্ভণিতে আমি কিছুমান কাম কৰিম বুলি থিৰাং কৰোঁ, কিন্তু প্ৰায়ে তেনে কাম হৈ […]