road-1668916_1280

নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব কেনেকৈ

তলৰ উপায়কেইটাই আপোনাক ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব (১) পৰীক্ষা কৰি চাওক আপোনাৰ বর্তমান ইচ্ছাশক্তি কিমান সেয়া পৰীক্ষা কৰি চাওক৷ যেতিয়া কিবা এটা কৰিবলৈ আপোনাৰ মন নাযায়, তেতিয়া কামটো কৰি থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কৰি ভালপোৱা কিবা এটা কাম নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কামটো কৰিবলৈ বা নকৰিবলৈ সক্ষম হৈছেনে? আপুনি যেতিয়া নিজৰ […]

self-esteem-1566153_1280

আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

আপুনি আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰে? ভয় যিটো কাম কৰি ভয় লাগে আপুনি এবাৰ হ’লেও তাক কৰিবই লাগে৷ যদি আপুনি বহু মানূৰ আগত ভাষণ দিবলৈ ভয় কৰে, তেতিয়াহ’লে ঠিক সেইটোকে কৰক৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ লাজ লাগে, ভয় লাগে বা বন্ধুত্ব গঢ়িবলৈ ভয় লাগে, তেন্ত তাকে চেষ্টা কৰক৷ প্ৰথমতে আপুনি নোৱাৰিব বা লাজ পাব […]