পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷
আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে-
১. এটা শান্ত ৰাতিপুৱা
২. ভালকৈ ব্যায়াম কৰা
৩. কিতাপ এখন পঢ়িবলৈ সময়
৪. আপোনাৰ পৰিয়ালৰ সৈতে সময়
৫. কিবা এটা নতুন কথা শিকা
৬. দুই লিটাৰ পানী খোৱা
৭. মৰম-ভালপোৱা
৮. এজন বন্ধুৰ সৈতে কথা পতা
৯. নীৰৱতা
১০. পৰিষ্কাৰ মূত্ৰ/প্ৰস্ৰাৱ
১১. এখন ভাল চিনেমা
১২. ডায়েৰী লিখা
১৩. কাৰোবাক সহায় কৰা
১৪. আশা
১৫. এনে চাফা খাদ্য খোৱা যিয়ে আপোনাৰ মনটো ভাল লগাই দিয়ে