relaxed-148083_1280

বহি থকা হ’ল নতুন ধূম্ৰপান

আপুনি নিজে ল’ব লাগিব নিজৰ শৰীৰৰ যতন আৰু তাকে কৰিবলৈ হ’লে স্বাস্থ্যৰ বাবে অপকাৰী অভ্যাসবোৰ বাদ দিব লাগিব। ধূম্ৰপান বা চিগাৰেট হোপাটো তেনে এক অভ্যাস। চিগাৰেট খালে নানা ধৰণৰ সমস্যাই দেখা দিয়ে আৰু সেইকাৰণে আপুনি কেতিয়াও চিগাৰেট খাব নালাগে, আনকি “টেষ্ট” কৰিও চাব নালাগে। চিগাৰেট খোৱা মানুহে, আনকি “চেইন স্ম’কাৰ” সকলেও চিগাৰেট এৰাৰ চেষ্টা কৰে। […]

fitness-1038434_1280

কেনেকৈ নিয়মিত ব্যায়ামে উদ্বিগ্নতা কমাব পাৰে?

আজিকালি চাৰিওফালে সকলো ক্ষেত্ৰতে সকলোৱে ষ্ট্ৰেছ অনুভৱ কৰে। সাধাৰণ জীৱন-যাত্ৰাত আপুনি প্ৰায়ে ষ্ট্ৰেছ বা মনৰ চাপৰ সন্মুখীন হয় আৰু তেনে ষ্ট্ৰেছৰ পৰা মুক্ত হোৱাৰ চেষ্টাও কৰে। আপুনি ষ্ট্ৰেছক নিজৰ জীৱনৰ পৰা বাহিৰ কৰি দি শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে মাত্ৰ এটা উপায় অৱলম্বন কৰি – নিয়মিত ব্যায়াম কৰি। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে, তেনেহ’ল আপুনি […]