tyler-nix-Pw5uvsFcGF4-unsplash

প্ৰেম জনমে জনমে?

কাৰোবাক ভাল লাগিলেই সকলোৱে ভাৱে যে তেওঁ প্ৰেমত পৰিল, কিন্তু তেনে সকলোবোৰ সম্পর্ক বা ভাললগাই প্ৰেম নহয়৷ তেনেহ’লে প্ৰেম কিনো? এটা সময়ত ই নোহোৱা হৈ যায় নে কি? প্ৰেমৰ পৰৱৰ্তী পর্যায় কি? কোনোবাই প্ৰেম এইটো জনমতে বিচাৰি নাপায় আৰু আন কোনোবাই আকৌ একেজন প্ৰেমাস্পদকে জনমে জনমে বিচাৰে৷ সেয়া সম্ভৱনে? ই নোহোৱা হৈ যায় নেকি? প্ৰেম […]

danielle

আজিৰ দিনটোক অসাধাৰণ কৰি তোলাৰ এটা সহজ উপায়

ৰাতিপুৱাটো এক পৱিত্ৰ সময়, আপুৰুগীয়া সময়, আপোনাৰ হাতত থকা সময়৷ এই সময়খিনিক আপুনি দিনটোৰ বাবে প্ৰেৰণাৰ, মানসিক প্ৰশান্তিৰ আৰু সুখৰ উৎস হিচাপে গঢ়ি তুলিব পাৰে৷ কেনেকৈ? ৰাতিপুৱাৰ ৰিচুৱেল বা ৰাতিপুৱাৰ আচৰণবিধিৰ দ্বাৰা৷ ৰাতিপুৱাৰ আচৰণবিধি মানে হ’ল সেই কামবোৰ যিবোৰ আপুনি প্ৰতি ৰাতিপুৱাতে কৰে৷ কিন্তু আমাক ইয়াৰ কি প্ৰয়োজন? ই আপোনাক নানা ধৰণে সহায় কৰিব- ৰাতিপুৱা […]

window

“মোৰ কোনো কাম নাই” চিন্তা মনলৈ আহিলে কি কৰিব?

“মোৰ কোনো কাম নাই” – এই চিন্তাটো কোনোবা নহয় কোনোবা সময়ত বহু মানুহৰ মনলৈ আহে৷ এনে হ’ব পাৰে আপুনি যেতিয়া কিবা এটা বস্তু লাভ নকৰে, যেতিয়া আপুনি ‘বিফল’ হয়, যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰে, যেতিয়া আপুনি ভবামতে কামবোৰ নহয় তেতিয়া৷ আপুনি তেনে পৰিস্থিতিত কি কৰিব পাৰে সেয়া বিচৰাৰ আগতে এয়া চাও আহকচোন৷ “আপোনাৰ […]

movie

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ ভিতৰত চলি থাকে৷ আপোনাৰ মনটোৱে এখন চিনেমা প্ৰদর্শন কৰে আৰু আপুনি সেইখন চায়৷ আপুনি যেতিয়া অতীতৰ কিবা কথা ভাবে, ই আগতে ঘটি যোৱা কথাবোৰ দেখুৱায়৷ আপুনি যদি ভবিষ্যতৰ কথা চিন্তা কৰে, ই ভবিষ্যতে হ’ব পৰা […]

road-1668916_1280

নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব কেনেকৈ

তলৰ উপায়কেইটাই আপোনাক ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব (১) পৰীক্ষা কৰি চাওক আপোনাৰ বর্তমান ইচ্ছাশক্তি কিমান সেয়া পৰীক্ষা কৰি চাওক৷ যেতিয়া কিবা এটা কৰিবলৈ আপোনাৰ মন নাযায়, তেতিয়া কামটো কৰি থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কৰি ভালপোৱা কিবা এটা কাম নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কামটো কৰিবলৈ বা নকৰিবলৈ সক্ষম হৈছেনে? আপুনি যেতিয়া নিজৰ […]

self-esteem-1566153_1280

আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

আপুনি আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰে? ভয় যিটো কাম কৰি ভয় লাগে আপুনি এবাৰ হ’লেও তাক কৰিবই লাগে৷ যদি আপুনি বহু মানূৰ আগত ভাষণ দিবলৈ ভয় কৰে, তেতিয়াহ’লে ঠিক সেইটোকে কৰক৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ লাজ লাগে, ভয় লাগে বা বন্ধুত্ব গঢ়িবলৈ ভয় লাগে, তেন্ত তাকে চেষ্টা কৰক৷ প্ৰথমতে আপুনি নোৱাৰিব বা লাজ পাব […]

self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]

The Bikash Kalita show profile 2

পৰীক্ষাত কৃতকার্যতাই শেষ কথা নহয়

একমাত্ৰ পৰীক্ষাত ভাল নম্বৰ পোৱা বা কৃতকার্য হোৱাটোৱে শেষ কথা নহয়৷ আপুনি যদি পৰীক্ষাত ফলাফল বেয়া কৰিছে তাৰ বাবে চিন্তা কৰিব নালাগে৷ ফেইল কৰা বুলি কিবা কথা আছে জানো? বিফল হোৱা বুলি কিবা কথা আছেনে? Listen to this podcast. More about How you can improve your life in Life Skills Training Institute

The Bikash Kalita show profile 2

নিগেটিভ চিন্তাৰ পৰা কেনেদৰে মুক্তি পাব পাৰে

শুনক নিগেটিভ চিন্তাৰ পৰা কেনেদৰে মুক্তি পাব পাৰে৷ নিগেটিভ চিন্তাবোৰক নিয়ন্ত্ৰণ কৰিব পাৰি নে? এই পডকাষ্টটো বা এই ভিডিঅ’ টো চাওক More about how you can imporve your life in Life Skills Training Institute