men

আজি ঘটিব পৰা আটাইতকৈ ভাল কথাবোৰ

পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷ আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে- ১. এটা শান্ত ৰাতিপুৱা ২. ভালকৈ ব্যায়াম কৰা […]

background

কাম কমকৈ কৰক, জীৱনটো বেছিকৈ জীয়াই থাকক

সকলোৱে আজিকালি খুব ব্যস্ত৷ সম্ভৱত সকলোৱে ব্যস্ততা ভাল পায় আৰু সেয়া ভাল কথা৷ কিন্তু কেতিয়াবা আপোনাৰ এনে লাগে নেকি আপুনি ক্ৰমান্বয়ে বেছি ব্যস্ত হৈ গৈ আছে আৰু যদিও আপুনি আৰু বেছি কাম কৰি গৈ আছে আপুনি কিন্তু জীৱনটো জীয়াই থকা নাই৷ আপোনাৰ যদি তেনে অনুভৱ হৈছে, আপুনি অকলশৰীয়া নহয়৷ সম্ভৱত আমি আৰু বেছিকৈ কাম কৰি […]

sea

ভিক্টৰ ফ্ৰেঙ্কলৰ পাঁচটা উদ্ধৃতি যিয়ে আপোনাক ভাবিবলৈ বাধ্য কৰিব

আপোনাৰ দৃষ্টিভংগী সলনি কৰক এই কথাবোৰৰ সহায়ত ভিক্টৰ ফ্ৰেঙ্কলৰ তেওঁৰ মহান কাম ‘এ মেনছ চার্চ ফৰ মিনিঙ’ ৰ বাবে জনাজাত৷ তেওঁ এসময়ত অচৱিটজ কনেচনট্ৰেচন কেম্পৰ বন্দী আছিল আৰু তাৰ পৰা ৰক্ষা পৰাত তেওঁক সহায় কৰিছিল অন্য ধৰণে চিন্তা কৰিব পৰা তেওঁৰ শক্তিয়ে৷ তেওঁৰ সূক্ষ্মদৃষ্টিয়ে আপোনাকো নিজৰ জীৱনৰ অর্থ বিচাৰি পোৱাত সহায় কৰিব আৰু আপোনাৰ দৃষ্টিভংগী […]

woman

কিবা এটা কিনাৰ আগতে সুধিবলগীয়া প্ৰশ্ন কেইটামান

মই যথেষ্ট ঠেকা খাই এই কথাটো শিকিবলগীয়া হৈছে৷ মোৰ হাতত বহু এনে বস্তু আছে যিবোৰ মোক নালাগে বা যিবোৰ মই ব্যৱহাৰ নকৰো৷ মই যদি এইবোৰ বস্তুত নষ্ট কৰা টকা-পইচাৰ হিচাপ কৰোঁ ই এক ডাঙৰ সংখ্যা হ’বগৈ৷ কেইটামান প্ৰশ্নই আপোনাক এনে অৱস্থাৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰিব৷ আপুনি নিজকে এই প্ৰশ্নবোৰ সোধক আৰু তাৰ পিছত […]

business

আত্মবিশ্বাস বঢ়াবলৈ মাত্ৰ এই কামটো কৰক

আপুনি যেতিয়া আত্মবিশ্বাস বঢ়াব বিচাৰে আৰু বঢ়াবলৈ চেষ্টা কৰিব বিচাৰে ই এক বৰ টান কাম যেন অনুভৱ হয়৷ ই যেন আপোনাৰ সাধ্যৰ বাহিৰৰ৷ কিন্তু আনহাতে আপুনি এনে মানুহ দেখিছে যিসকল খুব আত্মবিশ্বাসী আৰু আপুনি জানে আপোনাৰ নিচিনাকৈ তেওঁলোকো মানুহেই৷ আত্মবিশ্বাস বঢ়াবলৈ আপুনি যদি বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, আৰু আন মানুহক উপায়ৰ কথা সোধে, তেতিয়া তেওঁলোকে আপোনাক নানা […]

You

(মটিভেচনেল ভিডিও) মনত থকা কাম কৰক- গ্ৰেগ প্লিট

গ্ৰেগ প্লিট (Greg Plitt) আছিল প্ৰাক্তন আর্মী ৰেঞ্জাৰ, এজন ফিটনেছ মডেল আৰু অভিনেতা৷ নিজৰ ক্ষেত্ৰত তেওঁ এজন কিংবদন্তি আছিল৷ কঠিন সময়ৰ মাজত থকা মানুহৰ বাবে তেওঁ কিছু গুৰুত্বপূর্ণ উপদেশ দিছে৷ তেওঁৰ কথাবোৰে আপোনাক বেছি ভালকৈ যুঁজিবলৈ আৰু বিজয়ী হ’বলৈ সাহস দিব৷ আপুনি সেইজন মানুহৰ পৰা শিকিব পাৰিব যিয়ে নিজে যি কৈছে সেয়া কৰিছিল আৰু এনেদৰে […]

Pareto

৮০/২০ নীতিৰ জৰিয়তে বেছি কাম কৰক

আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ কাম কৰিবলৈ থকা বাবে আমাৰ নানা সমস্যা হ’ব পাৰে- কামবোৰ কৰা নোহোৱাকৈ থাকি যায় প্ৰয়োজনীয় কামবোৰ সময়ত সম্পন্ন নহয় আপুনি যিমান যি উন্নতি কৰিম বুলি ভাবিছিল সেয়া হৈ নুঠে কৰিম কৰিম বুলি ভাবিলেও কামবোৰ থাকি […]

self-esteem-1566153_1280

আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

আপুনি আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰে? ভয় যিটো কাম কৰি ভয় লাগে আপুনি এবাৰ হ’লেও তাক কৰিবই লাগে৷ যদি আপুনি বহু মানূৰ আগত ভাষণ দিবলৈ ভয় কৰে, তেতিয়াহ’লে ঠিক সেইটোকে কৰক৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ লাজ লাগে, ভয় লাগে বা বন্ধুত্ব গঢ়িবলৈ ভয় লাগে, তেন্ত তাকে চেষ্টা কৰক৷ প্ৰথমতে আপুনি নোৱাৰিব বা লাজ পাব […]

minions-363019_1280

কিছুমান অভ্যাস যিয়ে আপোনাৰ সুখ নোহোৱা কৰে

আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু? আনৰ লগত তুলনা কৰা আপুনি যদি অনবৰতে নিজকে আনৰ লগত তুলনা কৰি থাকে আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ কাৰণ যদি আপুনি আনৰ লগত নিজকে তুলনা কৰি থাকে তেন্ত সদায় আপুনি নিজৰ কিবা নহয় কিবা এটা […]

Safalatar Sadhana 3 Self Awareness - Copy

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান

সফলতাৰ সাধনা-তৃতীয় অধ্যায়-আত্মানুসন্ধান Safalatar Sadhana Chapter 3- Self Awareness নোট সফলতাৰ সাধনা ই-বুক মটিভেচন, লাইফ স্কিল ট্ৰেইনিং (www.lstionline.in) সুখী হওঁ আঁহক (www.jeevanbritta.com) বিকাশৰ বিষয়ে আৰু খবৰ www.bikashkalita.com ফেচবুক পেজ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউট https://www.facebook.com/Life-Skills-Training-Institute-672544356188538/ জীৱনবৃত্ত https://www.facebook.com/JeevanBritta-1620832828199403/ বিকাশ কলিতা https://www.facebook.com/Bikash-Kalita-369177129934775/