Group Of Senior Retirement Exercising Togetherness Concept

অৱসৰ লোৱাৰ পিছত

এখন কিতাপত ১০টা অধ্যায় আছে৷ এতিয়া যদি ইয়াৰে মই পিছৰ 4 টা অধ্যায় ফালি পেলাই দিও, তেতিয়া কি হ’ব? কিতাপখন পঢ়িলে আপুনি সম্পূৰ্ণভাৱে কিতাপখন বুজি পাবনে? নাপাব৷ কিতাপখন এই কেইটা অধ্যায় অবিহনে সম্পূৰ্ণ হ’বনে? নহ’ব৷ যদি সেই কেইটা অধ্যায় একেবাৰে উকা হৈ থাকে তেতিয়াও জানো ভাল লাগিব? কিতাপখন জানো তেতিয়াও সম্পূৰ্ণ হ’ব? একেটা কথাই আপোনাৰ […]

People in hike in the mountains

জীৱনটো ভালদৰে জীয়াই থাকিবলৈ এটা সৰু চিন্তা

জীৱনটো সহজ কৰি ল’ব পাৰিলে জীয়াই থাকিবলৈ ভাল নালাগিব জানো, জীয়াই থাকিবলৈ সহজ নহ’ব জানো? সমাজত কিছুমান নীতি নিয়ম থাকে আৰু সেইবাবে সমাজৰ বহু কথা ঠিকে থাকে৷ তেনেদৰে জীৱনতো দুই এটা নিয়ম থাকিলে জীৱনটো ঠিকে চলিব৷ জীৱনটো সহজ কৰিবলৈ হ’লে জীৱনত কিছুমান নীতি-নিয়ম থাকিলে ভাল৷ এই নীতি নিয়মবোৰ অৱশ্যে সমাজৰ নিচিনা ইমান কঠোৰ হ’বই লাগিব […]

Beautiful happy woman with bicycle on the beach

সুখী হ’ব বিচাৰে? এই অভ্যাসটো কৰক

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]

Little boy learning to swim underwater, mother and female instructor holding child

স্কুললৈ নোযোৱাকৈ কেনেকৈ শিকিব পাৰি

কিবা এটা শিকিব বিচাৰিলে আমি সাধাৰণতে কি কৰোঁ? তেনেকুৱা কর্চ এটা বিচাৰোঁ আৰু সেই কর্চটো শিকোৱা স্কুল, কলেজ, ইউনিভার্চিটি, বা ইন্সিষ্টিটিউট এটা বিচাৰোঁ৷ কিন্তু কিবা এটা শিকিবলৈ অকল সেয়াই একমাত্ৰ উপায়নে? কোনোবাই যদি কিবা কাৰণত স্কুল বা কলেজলৈ যাব নোৱাৰে তেওঁ একো শিকিবই নোৱাৰিব নে কি? কোনোবা বয়সীয়া মানুহ এজনে যদি গীটাৰ বজাবলৈ শিকিম বুলি […]

girl-1208307_1920

আমি কেনেকৈ সুখী হ’ব পাৰোঁ

কেইটামান কাম কৰিলে আপুনি আজি সুখী হ’ব পাৰিব৷ ইয়াত মাত্ৰ কেইটামান কামৰ কথাহে কৈছো কাৰণ আপুনি মাত্ৰ কেইটামান কামহে এদিনত কৰিব পাৰে সকলোবোৰ নোৱাৰে৷ সুখৰ পিছে পিছে দৌৰি নুফুৰিব, নিজৰ কাম কৰি গৈ থাকিলে সুখ এটা সময়ত আহি নিজে নিজে আপোনাৰ কান্ধত বহিবহি৷ এতিয়া আহো কি কাম কৰিব তালৈ৷ কৃতজ্ঞতাৰ জার্ণেল এখন জার্নেল লিখা আৰম্ভ […]

dog-4750421_1920

জীৱনত বিৰক্ত হৈ পৰিলে কি কৰিব?

আমাৰ বহুতৰে দৈনন্দিন জীৱনটো বৈচিত্ৰ্যহীন আৰু সেয়ে বিৰক্তিকৰ৷ আমি কৰিবলগীয়া কামবোৰৰ বাবে, কৰি থকা কামবোৰৰ বাবে ই বৈচিত্ৰ্যহীন হৈ পৰাৰ সম্ভাৱনা থাকে৷ বহুতৰে হয়তো এনে লাগে “কিমান আৰু এইবোৰকে কৰি থাকিম?” আন কিছুমানৰ হয়তো মনত ভাব হয় “আজি কি কৰি কটাম?” কেতিয়াবা আপোনাৰ বিৰক্তি লাগে “ধেৎ, জীৱনটোত একোৱে নাই৷” অকল আপোনাৰে এনে নহয়, আন বহুতৰে […]

sprout-1147803_1920

নতুন বছৰ নতুন জীৱন

নতুন বছৰটোৰ লগে লগে আমাৰ মনলৈ আহে নতুন আশা, নতুন চিন্তা, নতুন সপোন৷ এই নতুন বছৰটোৰ লগতে আমাৰ মনলৈ যি এক নতুন ভাব আহিছে, আশাই দেখা দিছে তাৰ সহায়ত আমি নিজৰ এক নতুন জীৱন আৰম্ভ কৰিব পাৰোঁ৷ বর্তমানৰ জীৱনটো যদি ভাল নালাগে তাক সম্পূর্ণৰূপে সলাই পেলাব পাৰোঁ, যদি ই ভালে আছে মাত্ৰ অলপ সৰু সৰু […]

devi-puspita-amartha-yahya-Nur08yBgJzE-unsplash

এক নতুন আপুনি

কম্পিউটাৰৰ অপাৰেটিঁং চিষ্টেমটো প্ৰতি 2-4 বছৰৰ মূৰে মূৰে সালসলনি হয়৷ Windows অপাৰেটিং চিষ্টেমটো যদি চায়, তেনেহ’লে আগতে Windows XP আছিল, তাৰ পিছত আহিল Windows 7,  আৰু এতিয়া  Windows 10৷ এনেদৰে সালসলনি হৈ থাকে৷ এনড্ৰইড বা আন মবাইল ফোনৰো অপাৰেটিং চিষ্টেমটো তেনেদৰে এক নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হয়৷  এই গোটেই প্ৰক্ৰিয়াটোতে বহুত টকা-পইচা, বহুত মানুহৰ […]

aaron-burden-c333d6YEhi0-unsplash

আপোনাৰ পৰৱৰ্তী অধ্যায়টো

আপোনাৰ পৰৱৰ্তী অধ্যায়টো কেনেকুৱা হোৱাটো বিচাৰে? বহুতৰে জীৱনত নতুন অধ্যায় বুলি কোনো কথা নাথাকে৷ তেওঁলোকৰ জীৱনটো মাত্ৰ ‘চলি গৈ থাকে,’ আৰু তেনে অৱস্থাত নতুন অধ্যায় এটা আৰম্ভ কৰাটো বাদেই চিন্তাও কৰিব নোৱাৰি৷ এনে নহয় যে নতুন অধ্যায়ৰ সুবিধা তেওঁলোকৰ জীৱনলৈ নাহে৷ তেনে সুবিধা আহে কিন্তু তেওঁলোকে সেয়া গম নাপায় আৰু পালেও গ্ৰহণ কৰিব নোৱাৰে৷ আপুনি […]

joshua-earle--87JyMb9ZfU-unsplash

পাহাৰ বগাও আহক

আমাৰ সকলোৰে এখন পাহাৰ বগাবলৈ থাকে৷ সকলোৰে পাহাৰখন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোৰে এখন নহয় এখন পাহাৰ বগাবলৈ থাকেই৷ কামটো টান, কষ্টকৰ, বহুত সময় লাগিব পাৰে, কিছুমান ত্যাগ কৰিবলগীয়া হ’ব পাৰে, কিন্তু এই কামটোৰ আপোনাৰ জীৱনটো সলনি কৰাৰ শক্তি থাকে৷ কোনোবাই ইয়াক এক অশান্তি, অপ্ৰয়োজনীয় কাম বুলি ভাবিব পাৰে আৰু আন কোনোবাই এক সোণালী […]