board-978179_1920

জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত […]

I1

ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)? ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম […]

jaime-lopes-0RDBOAdnbWM-unsplash

মই নোৱাৰোঁ, মই পাৰিম

  পাৰিব নে নোৱাৰে? এটা কাম আৰম্ভ কৰিবলৈ ওলালে আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷ আপুনি হয়তো সফল হ’ব বিচাৰে, হয়তো জীৱনত বহুত ডাঙৰ কিবা কৰিবৰ আপোনাৰ মন আছে, হয়তো এক সুন্দৰ জীৱন নিজৰ বাবে সৃষ্টি কৰিবলৈ আপুনি আগ্ৰহী বা আপুনি জীৱনত আনক নানাভাৱে সহায় কৰিব বিচাৰে৷ আপুনি যি কৰাৰ কথা ভাবে, […]

scott-walsh-wWCGW9AQ-y0-unsplash

কেৰিয়াৰ কেনেকৈ বাচি ল’ব পাৰি

(বহু অভিভাৱকৰ লগত পতা কথাই মোক এইটো লিখনি লিখিবলৈ বাধ্য কৰিছে) আমি কেৰিয়াৰ কেনেদৰে বাচোঁ আমি সদায় নিজে কেৰিয়াৰ বাচি লওতে বা ল’ৰা-ছোৱালীৰ বাবে কেৰিয়াৰ বাচি দিওতে সদায় এনে এটা কেৰিয়াৰ বাচি লও যিটোত চাকৰি পাবলৈ সহজ বা যত টকা-পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে৷ যেনে ডাক্তৰ বা ইঞ্জিনিয়াৰ৷ অতীতৰে পৰা সেয়া কৰি আহিছোঁ আৰু আজিও […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

allie-smith-tc7chPE3FZc-unsplash

নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ […]

will-porada-ZaGcU6BxJEc-unsplash

কাম কৰাত কিহে আপোনাক বাধা দিয়ে আৰু এই বিষয়ে কি কৰিব পাৰি

বাধা বা প্ৰতিৰোধ আপুনি কিতাপ এখন লিখিব বিচাৰে৷ সদায় ভাবে আজি আৰম্ভ কৰিম, কিন্তু কেতিয়াবা আইডিয়া নোপোৱা বাবে, কেতিয়াবা নামটো ঠিক কৰিব নোৱাৰা বাবে, কেতিয়াবা আন কামৰ বাবে সেয়া কৰা হৈ উঠা নাই যোৱা তিনি বছৰৰ পৰা৷ পঢ়া শেষ হোৱাৰ পিছতে আপুনি নিজৰ কাম, নিজৰ বিজনেচ আৰম্ভ কৰিম বুলি ভাবিছিল, কিন্তু কৰাহে হোৱা নাই৷ এনেদৰে […]

Pareto

৮০/২০ নীতিৰ জৰিয়তে বেছি কাম কৰক

আপুনি কৰিবলগীয়া কামৰ সংখ্যা হয়তো বহু বেছি৷ ইমানে বেছি যে আপুনি সেয়া লিখিবলৈ আৰম্ভ কৰিলে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হ’ব৷ ইমানবোৰ কাম কৰিবলৈ থকা বাবে আমাৰ নানা সমস্যা হ’ব পাৰে- কামবোৰ কৰা নোহোৱাকৈ থাকি যায় প্ৰয়োজনীয় কামবোৰ সময়ত সম্পন্ন নহয় আপুনি যিমান যি উন্নতি কৰিম বুলি ভাবিছিল সেয়া হৈ নুঠে কৰিম কৰিম বুলি ভাবিলেও কামবোৰ থাকি […]

computing-1503880_1280

আমি যিবোৰ কাম কৰোঁ সেইবোৰ কিয় কৰোঁ

আমি নানা ধৰণৰ কাম কৰি থাকো৷ বিভিন্ন সময়ত, বিভিন্ন ঠাইত, নানা ধৰণৰ কাম আমি কৰোঁ৷ কেতিয়াবা আপুনি ভাবি চাইছেনে আমি এই কামবোৰ কিয় কৰোঁ? আমি যিবোৰ কাম কৰোঁ তাৰ দুটা কাৰণ আছে- (১) আমি যিকোনো ধৰণৰ ফূর্তি (pleasure) লাভ কৰিব খোজো (২) আমি কষ্ট (pain) ৰ পৰা আতৰি থাকিব খোজো আমি সকলোৱে জানো যে নিয়মীয়াকৈ […]

meeting-1184892_1280

মিটিঙৰ এক নতুন নিয়ম  

মিটিঙবোৰ অকল বিৰক্তিকৰেই নহয়, এইবোৰ কাৰণে বহু সময়ো নষ্ট হয়। যদিও এখন মিটিঙে বহু সময় নষ্ট কৰে তথাপি আমি ইয়াক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰোঁ। যদি মিটিঙবোৰ আপোনাৰ কাৰণে দৰকাৰী আৰু আপুনি এইবোৰ নোহোৱাকৈ চলিব নোৱাৰে, তেন্তে আপুনি এইবোৰ প্ৰডাক্টিভ কৰি তুলি ইয়াৰ পৰা হোৱা লাভৰ পৰিমাণ বঢ়াব পাৰে। এয়া কৰিব পাৰি এক নতুন নিয়মৰ দ্বাৰা। […]