psychology-4440675_1920

আত্ম সচেতনতা

জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷ ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷ আত্মসচেতনতা নাথাকিলে কি হ’ব? আত্মসচেতনতা নাথাকিলে […]

self-awareness

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ […]