আজি ঘটিব পৰা আটাইতকৈ ভাল কথাবোৰ

পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷

men

আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে-

১. এটা শান্ত ৰাতিপুৱা

২. ভালকৈ ব্যায়াম কৰা

৩. কিতাপ এখন পঢ়িবলৈ সময়

৪. আপোনাৰ পৰিয়ালৰ সৈতে সময়

৫. কিবা এটা নতুন কথা শিকা

৬. দুই লিটাৰ পানী খোৱা

৭. মৰম-ভালপোৱা

৮. এজন বন্ধুৰ সৈতে কথা পতা

৯. নীৰৱতা

১০. পৰিষ্কাৰ মূত্ৰ/প্ৰস্ৰাৱ

১১. এখন ভাল চিনেমা

১২. ডায়েৰী লিখা

১৩. কাৰোবাক সহায় কৰা

১৪. আশা

১৫. এনে চাফা খাদ্য খোৱা যিয়ে আপোনাৰ মনটো ভাল লগাই দিয়ে

১৬. আপুনি কৰিব বিচৰা কামবোৰ কৰি শেষ কৰা

১৭. কাৰোবাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা

১৮. আপোনাৰ “বাকেট লিষ্ট” ৰ এটা কাম কৰা

১৯. নিজকে ভাল পাবলৈ শইকা

২০. ফলাফল দেখিবলৈ আৰম্ভ কৰা

 

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *