এটা সহজ দিন লাভ কৰাৰ সাতটা নিয়ম

আমাৰ দিনবোৰ প্ৰায়ে বৰ বিৰক্তিকৰ বা ব্যস্ত হয়। ষ্ট্ৰেছ, টেনচন, ব্যস্ততা, চিন্তা আদি মিলি আমাৰ দিনটো থানবান কৰি পেলায়। এটা দিনৰ ভিতৰতে আমি বহু কাম কৰিবলগীয়া হয়। যদি আপুনি আপোনাৰ দিনটো সহজ আৰু সৰল কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটোও বহু সহজ হৈ পৰিব।

৭ টা নিয়মেৰে আপুনি আপোনাৰ দিনটো সহজ কৰি তুলিব পাৰে-

নিয়ম ১

কি বস্তু দৰকাৰী তাক বুজক

নিয়ম ২

মনোযোগ দিয়ক

নিয়ম ৩

এটা সময়ত মাত্ৰ এটা কাম কৰক

নিয়ম ৪

মনোযোগ নষ্ট কৰা কাৰকবোৰ নোহোৱা কৰা

নিয়ম ৫

অতিৰিক্ত কামৰ প্ৰতি “নহ’ব” ক’বলৈ শিকক

নিয়ম ৬

এদিনত কৰিবলগীয়া কামৰ সংখ্যা সীমিত কৰক

নিয়ম ৭

দৌৰাদৌৰি নকৰিব

এই নিয়মকেইটা কেইদিনমানৰ বাবে ব্যবহাৰ কৰি চাওঁক। আপোনাৰ দিনটো আৰু জীৱনত আপুনি এক ডাঙৰ সাল-সলনি দেখিব। যদিও আপোনাৰ বহু কৰিবলগীয়া কাম আছে আৰু আপুনি বৰ ব্যস্ত, কিন্তু এই নিয়মকেইটা ব্যবহাৰ কৰি আপুনি নিজৰ দিনটো সৰল, সহজ কৰাৰ লগতে নিজৰ প্ৰডাক্টিভিটি বঢ়াব পাৰিব আৰু দিনটোত বেছি কাম, ভালদৰে কৰিব পাৰিব। আপুনি তাকেই নিবিচাৰে জানো্?

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “এটা সহজ দিন লাভ কৰাৰ সাতটা নিয়ম

Leave a Reply

Your email address will not be published. Required fields are marked *