ৱেবচাইটটোৰ উদ্দেশ্য

জীৱনবৃত্ত ৰ প্ৰধান উদ্দেশ্য হ’ল আপোনাৰ জীৱনটো আৰু অলপ ভাল কৰিবলৈ সহায় কৰা৷

আপুনি ইচ্ছা কৰিলে নিজকে যেতিয়াই মন যায় তেতিয়াই উন্নতি কৰিব পাৰে৷

আপুনি যিদিনাই মনতে থিৰাং কৰি লয় যে “মই মোৰ জীৱনটো ভাল কৰিমেই” সিদিনাই আপোনাৰ নতুন জীৱনটোৰ আৰম্ভণি হয়৷

আপোনাৰ জীৱনৰ সফলতাৰ চাবি আপোনাৰ হাততেই

 

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ